अर्थ : অনর্থ ্বা ধ্বংস কৰোঁতা
उदाहरण :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
पर्यायवाची : প্রলংয়কাৰী, ্অনর্থ্্কাৰী
अर्थ : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে
उदाहरण :
চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল
पर्यायवाची : পতনমুখী
अर्थ : যি ধ্বংস কৰে
उदाहरण :
বাৰুদ এবিধ ধ্বংসকাৰী বস্তু