पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ধ্বংসকাৰী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ধ্বংসকাৰী   বিশেষ্য

अर्थ : ধ্বংস কৰা ব্যক্তি

उदाहरण : শিৱক সৃষ্টিৰ বিনাশক বুলি কোৱা হয়

पर्यायवाची : নাশী, বিনাশক, বিনাশী, সংহাৰক

ধ্বংসকাৰী   বিশেষণ

अर्थ : অনর্থ ্বা ধ্বংস কৰোঁতা

उदाहरण : গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে

पर्यायवाची : প্রলংয়কাৰী, ্অনর্থ্্কাৰী

अर्थ : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে

उदाहरण : চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল

पर्यायवाची : পতনমুখী

अर्थ : যি ধ্বংস কৰে

उदाहरण : বাৰুদ এবিধ ধ্বংসকাৰী বস্তু

चौपाल