सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : বজোৱা হোৱা
उदाहरण : বজোৱা ঢোলৰ শ্্ব্দ বহুদূৰলৈ শুনা গৈছিল
पर्यायवाची : বজোৱা
अर्थ : যিটো ধ্বনি বা শ্্ব্দৰ ৰূপত প্রকট হৈছে
उदाहरण : অর্জুনৰ ধনুৰ টংকাৰত চৌদিশ ধ্বনিত হৈ উঠিল
पर्यायवाची : নিনাদিত, শ্্ব্দায়মান
अर्थ : ভোমোৰাৰ গুঞ্জনৰ সৈতে যুক্ত
उदाहरण : তেখেতে গুঞ্জিত উপবনৰ সৌন্দর্য উপভোগ কৰি আছে
पर्यायवाची : গুঞ্জিত, গুঞ্জৰিত
अर्थ : গুঞ্জন কৰি থকা
उदाहरण : গায়কৰ স্বৰৰ দ্বাৰা গুঞ্জিত ভৱনত সকলো শান্ত হৈ বহি আছিল
इंस्टॉल करें