सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কাকো উপেক্ষিত নকৰা ভাব
उदाहरण : তেওঁ ্ডাঙৰৰ কথাত ধ্যান নিদি নিজৰ ইচ্ছামতে কাম কৰে
पर्यायवाची : খিয়াল, মনোযোগ
अर्थ : যোগৰ সপ্তম তথা সমাধিৰ পূর্ব অংগ স্বৰূপ কোনো বিষয়, বিশেষকৈ ধার্মিক বিষয় বা অলৌকিক প্রভাৱৰ একেৰাহে কিছু সময়লৈকে হোৱা গভীৰ মনন বা চিন্তন
उदाहरण : সন্তজন ধ্যানত লীন হৈ আছে
अर्थ : কোনো কথা বা কামত মন লীন হোৱা দশা বা ভাব
उदाहरण : ৰমেশে বৰ মনোযোগেৰে পঢ়ে
पर्यायवाची : মনোযোগ
इंस्टॉल करें