पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ধৰণ-কৰণ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ধৰণ-কৰণ   বিশেষ্য

अर्थ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

उदाहरण : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

पर्यायवाची : অৱস্থা, গতি, গতিক, দশা, ধৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ

अर्थ : থকা বা বাস কৰাৰ ক্রিয়া বা ভাৱ

उदाहरण : গাওঁ আৰু চহৰৰ ধৰণ-কৰণত বহুত প্রভেদ থাকে

पर्यायवाची : চাল-চলন

अर्थ : সামাজিক সম্বন্ধত বেলেগৰ লগত কৰা আচাৰ

उदाहरण : তেওঁৰ ব্যৱহাৰ ভাল নহয়

पर्यायवाची : আচৰণ, আলেখ-লেখ, গতি-গোত্র, গতি-বিধি, গতি-মতি, চলন-ফুৰণ, চাল-চলন, ব্যৱহাৰ, মতি-বুদ্ধি, স্বভাৱ, স্বভাৱ-চৰিত্র, হাব-ভাব, ৰেহ-ৰূপ

अर्थ : মনৰ ভাব প্রকটিত হোৱা শৰীৰৰ এক স্থিতি

उदाहरण : সহযাত্রীৰ আচৰণ দেখি আমি সচকিত হৈ পৰিলোঁ

पर्यायवाची : আচৰণ, ব্যৱহাৰ

चौपाल