सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : পৰলোক, ঈশ্বৰ আদিৰ সম্বন্ধীয় এক বিশেষ বিশ্বাস আৰু উপাসনাৰ বিশেষ প্রণালী
उदाहरण : হিন্দুধর্মৰ সকলোতকৈ ডাঙৰ বিশেষত্ব হʼল যে ই সকলো ধর্মৰ প্রতি সহনশীল
पर्यायवाची : ধর্ম, ধর্ম্ম
अर्थ : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
उदाहरण : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
पर्यायवाची : ধর্ম, ধর্মকর্ম, পুণ্য, পুণ্যকর্ম
अर्थ : সেই সমাজ বা সমূদায় যি দৈৱিক শক্তিত নিজৰ বিশ্বাস দর্শাই বা যি দৈৱিক শক্তিত বিশ্বাস ৰাখে
उदाहरण : মুহম্মদ চাহেবে মুছলিম ্ধর্মৰ প্রতিষ্ঠা কৰিছিল
पर्यायवाची : ধর্ম
अर्थ : কোনো জাতি, ্বর্গ, পদ আদিৰ কাৰণে নিশ্চিত কৰি থোৱা কার্য ্বা আচৰণ
उदाहरण : প্রজাৰ ৰক্ষা কৰাই ৰজাৰ প্রকৃত ধর্ম
पर्यायवाची : কর্তব্য, ধর্ম
इंस्टॉल करें