पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ধৰম शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ধৰম   বিশেষ্য

अर्थ : পৰলোক, ঈশ্বৰ আদিৰ সম্বন্ধীয় এক বিশেষ বিশ্বাস আৰু উপাসনাৰ বিশেষ প্রণালী

उदाहरण : হিন্দুধর্মৰ সকলোতকৈ ডাঙৰ বিশেষত্ব হʼল যে ই সকলো ধর্মৰ প্রতি সহনশীল

पर्यायवाची : ধর্ম, ধর্ম্ম

अर्थ : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়

उदाहरण : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম

पर्यायवाची : ধর্ম, ধর্মকর্ম, পুণ্য, পুণ্যকর্ম

अर्थ : সেই সমাজ বা সমূদায় যি দৈৱিক শক্তিত নিজৰ বিশ্বাস দর্শাই বা যি দৈৱিক শক্তিত বিশ্বাস ৰাখে

उदाहरण : মুহম্মদ চাহেবে মুছলিম ্ধর্মৰ প্রতিষ্ঠা কৰিছিল

पर्यायवाची : ধর্ম

अर्थ : কোনো জাতি, ্বর্গ, পদ আদিৰ কাৰণে নিশ্চিত কৰি থোৱা কার্য ্বা আচৰণ

उदाहरण : প্রজাৰ ৰক্ষা কৰাই ৰজাৰ প্রকৃত ধর্ম

पर्यायवाची : কর্তব্য, ধর্ম

चौपाल