पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ধৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ধৰা   বিশেষ্য

अर्थ : ধৰা কার্য

उदाहरण : তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল

अर्थ : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য

उदाहरण : মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে

अर्थ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

उदाहरण : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

पर्यायवाची : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

ধৰা   ক্ৰিয়া

अर्थ : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া

उदाहरण : নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে

अर्थ : আক্রান্ত হোৱা

उदाहरण : মোৰ বেয়াকৈ পানীলগাই ধৰিছে

अर्थ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

उदाहरण : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

पर्यायवाची : লোৱা

अर्थ : কল্পনা কৰা

उदाहरण : আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ

पर्यायवाची : কল্পনা কৰা, ধৰি লোৱা

अर्थ : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

उदाहरण : বৰষুণত লোহা মামৰে খায়

पर्यायवाची : খোৱা

अर्थ : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা

उदाहरण : পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো

अर्थ : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য

उदाहरण : ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে

चौपाल