सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ
उदाहरण : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে
पर्यायवाची : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী
अर्थ : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী
उदाहरण : ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে
पर्यायवाची : অদিতি, ধৰিত্রী আই, ধৰিত্রী মাতা, পৃথিৱী, বসুন্ধৰা
इंस्टॉल करें