पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से ধৰুৱা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

ধৰুৱা   বিশেষ্য

अर्थ : যিজনে ধাৰ ঋণ লৈছে

उदाहरण : পুৰণি ঋণীসকলক বেংকে সোনকালে ঋণ জমা কৰিবলৈ কৈছে

पर्यायवाची : ঋণকর্তা, ঋণী

अर्थ : যিজনৰ কাৰোবাক কিবা দিবলৈ বাকী ৰৈ গৈছে

उदाहरण : তেওঁ ্মোৰ ওচৰত ঋণী কিয়নো তেওঁৰ ্পৰা এতিয়াও এশ টকা পাবলৈ বাকী আছে

पर्यायवाची : ঋণী

ধৰুৱা   বিশেষণ

अर्थ : যিজনে ঋণ লৈছে

उदाहरण : বেংকে ঋণী সদস্যসকলক অনতিপলমে ঋণ জমা দিয়াৰ বাবে জাননী প্রেৰণ কৰিছে

पर्यायवाची : ঋণগ্রস্ত, ঋণী

चौपाल