पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নকল शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নকল   বিশেষ্য

अर्थ : কোনো শ্্ব্দ, বাক্য, লেখা আদি চাই তাক আক্ষৰিকভাৱে লিখা কার্য

उदाहरण : শিক্ষকে দুজন পৰীক্ষার্থীক নকল কৰি থাকোঁতে ধৰিলে

अर्थ : লেখা আদিৰ আক্ষৰিক স্বৰূপ

उदाहरण : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে

पर्यायवाची : অনুলিপি, কপি, প্রতিলিপি, প্রতিলেখ

अर्थ : কাৰোবাৰ আদব-কায়দা অথবা কথা বতৰাৰ হুবহু ৰূপত কৰা অনুসৰণ

उदाहरण : সৰু লʼৰাটোৱে নিজৰ ককাকৰ নকল কৰি আছে

अर्थ : আন কিহবাৰ আকাৰ বা প্রকাৰ অনুসৰি তৈয়াৰ কৰা কোনো বস্তু

उदाहरण : শিৱসাগৰ জিলাত থকা ৰংঘৰৰ প্রতিকৃতি গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আছে

पर्यायवाची : অনুকৃতি, প্রতিকৃতি, প্রতিৰূপ

নকল   বিশেষণ

अर्थ : যিটো কেৱল ৰূপ-ৰং, আকাৰ-প্রকাৰ আদিৰ বিচাৰেৰে দেখুওৱা হয়

उदाहरण : নকলী বস্তুৰ সৌন্দর্যৰ ্প্রভাৱ ক্ষণিকৰ বাবেহে থাকে

पर्यायवाची : কৃত্রিম, নকলী

अर्थ : যʼত দোষ আছে

उदाहरण : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

पर्यायवाची : অবিশুদ্ধ, কৃত্রিম, জাল, নকলী, ভেজাল

चौपाल