पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নকল কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নকল কৰা   বিশেষ্য

अर्थ : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ

उदाहरण : ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়

নকল কৰা   ক্ৰিয়া

अर्थ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা

उदाहरण : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে

पर्यायवाची : কপি কৰা, টোকা, লিখা

अर्थ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা

उदाहरण : শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে

पर्यायवाची : অনুকৰণ কৰা, অনুসৰণ কৰা

चौपाल