अर्थ : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ
उदाहरण :
ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়
अर्थ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা
उदाहरण :
শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে
पर्यायवाची : অনুকৰণ কৰা, অনুসৰণ কৰা