अर्थ : যিয়ে কোনো শ্্ব্দ, বাক্য আদিৰ হুবহু ৰূপত নকল কৰিব পাৰে
उदाहरण :
নিৰীক্ষকে নকলকাৰীকেইটাক পৰীক্ষা গৃহৰ পৰা বাহিৰ কৰি দিলে
पर्यायवाची : অনুকাৰক
अर्थ : কাৰোবাৰ আদব-কায়দা, মাত কথা আদিৰ নকল কৰা
उदाहरण :
বান্দৰ বহুত অনুকৰণকাৰী
पर्यायवाची : অনুকৰণকাৰী