सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : চন্দ্রৰ মার্গত ্ থকা স্থিৰ তৰাৰ সাতাইশটা সমূহ যাক ভিন ভিন ৰূপ বা আকাৰত পোৱা যায় আৰু যাৰ বেলেগ বেলেগ নাম আছে
उदाहरण : নক্ষত্র সাতাইশটা আছে
अर्थ : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড
उदाहरण : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়
पर्यायवाची : জ্যোতিষ্ক, তাৰকা, তৰা
इंस्टॉल करें