अर्थ : উপনয়ণ সংস্কাৰৰ পিছত ব্রাহ্মণ বা ক্ষত্রিয় লʼৰাই ধাৰণ কৰা পবিত্র সূতাৰ এক ৰূপ
उदाहरण :
পণ্ডিতজনে মোটা লগুণ পিন্ধি আছিল
पर्यायवाची : ব্রহ্মসূত্র, লগুণ
अर्थ : কোনো নির্দিষ্ট মানৰ বস্তুৰ তাৰ সমপৰিমাণৰ আঠগুণ অধিক পৰিমাণ
उदाहरण :
নৰ নগুণ একাশী
अर्थ : যিমান হয় তাতকৈ আঠবাৰ আৰু অধিক
उदाहरण :
অন্যান্য খাদ্যবস্তুৰ তুলনাত এই খাদ্যখিনিৰ পৰা নগুণ অধিক লৌহ পদার্থ ্লাভ হয়