सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো নগৰৰ কাৰণে ৰাজ্যৰ দ্বাৰা স্থাপিত এক নিগমিত প্রশাসনীয় দল....
उदाहरण : নগৰে নগৰৰ পৰা বাহিৰলৈ যোৱা মালবস্তুত কৰ বঢ়াই দিছে
पर्यायवाची : নগৰ সমিতি
अर्थ : কোনো নগৰত বসবাস কৰা লোক
उदाहरण : চোৰৰ উৎপাতত গোটেই নগৰখন অতীষ্ঠ হৈ পৰিছে
पर्यायवाची : টাউন
इंस्टॉल करें