पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নগৰবাসী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নগৰবাসী   বিশেষ্য

अर्थ : কোনো নগৰত থকা লোক

उदाहरण : নেতাৰ হত্যাৰ বিৰোধ গোটেই চহৰবাসীয়ে কৰি আছে

पर्यायवाची : চহৰবাসী

अर्थ : যিয়ে চহৰত বসবাস কৰে বা চহৰত থকা ব্যক্তি

उदाहरण : এজন চহৰ বাসী ফুৰিবলৈ মোৰ গাঁৱত আহিছে

पर्यायवाची : চহৰ বাসী, চহৰবাসী, নগৰ বাসী

अर्थ : কোনো দেশৰ নিবাসী

उदाहरण : ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল

पर्यायवाची : নাগৰিক

নগৰবাসী   বিশেষণ

अर्थ : যি নগৰত বাস কৰে বা নগৰত থাকে

उदाहरण : গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত

पर्यायवाची : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া

चौपाल