पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নজৰ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নজৰ   বিশেষ্য

अर्थ : চোৱা কার্য ্বা ঢং

उदाहरण : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে

पर्यायवाची : চাৱনি, দৃষ্টি

अर्थ : কোনো বস্তু বা ব্যক্তিক নির্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযাবলৈ আৰু চোৱা-চিতা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিযুক্ত কৰা প্রহৰীৰ কার্য

उदाहरण : প্রহৰীজনে ক্ষীপ্রতাৰে পহৰা দি আছে

पर्यायवाची : চকিদাৰি, পহৰা

अर्थ : কোনো ধুনীয়া বা প্রিয় মানুহ বা বস্তুৰ ওপৰত পৰা দৃষ্টি বা বেয়া প্রভাৱ

उदाहरण : মাকে শিশুটোক মানুহৰ নজৰৰ পৰা বচাবৰ বাবে কপালত কʼলা ফোট দিলে

पर्यायवाची : কুদৃষ্টি, বেয়া নজৰ

अर्थ : দোষ-গুণৰ সঠিক নি্র্ণয় ্কৰা দৃষ্টি

उदाहरण : তেওঁৰ ্নজৰ মানিব লাগিব

चौपाल