अर्थ : কাগজ আদিৰ ভালেমান টুকুৰা একে লগে মিলাই গাঁঠি থোৱা কার্য
उदाहरण :
কেৰাণীজনে কাগজবোৰ নথিভুক্ত কৰি আছে
पर्यायवाची : নথি
अर्थ : যাৰ পঞ্জীকৰণ কৰা হৈছে
उदाहरण :
নৱজাত শিশুটোৰ নাম পঞ্জীভুক্ত কৰা হʼল
पर्यायवाची : পঞ্জীবদ্ধ, পঞ্জীভুক্ত, ্ৰেকর্ড