सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যাৰ স্ত্রী সম্ভোগৰ শক্তি নাথাকে বা কম থাকে
उदाहरण : তাইৰ বিবাহ এজন নপুংসকৰ লগত কৰালে
पर्यायवाची : হিজৰা
अर्थ : যাৰ স্ত্রী-সম্ভোগ কৰাৰ শক্তি নাই বা বহুত কম
उदाहरण : নপুংসক পুৰুষ সন্তান জন্ম দিয়াত বিফল হয়
पर्यायवाची : অজনক, অজনিকা, ক্লীৱ, পুৰুষত্বহীন, পৌৰুষহীন, বী্র্যহীন, লেহেতীয়া, শণ্ড
इंस्टॉल करें