अर्थ : যাক তললৈ মূৰ কৰাব পাৰি
उदाहरण :
এই লাখুটিডাল লেহুকা
पर्यायवाची : লেউসেউ, লেহুকা, স্থিতিস্থাপক
अर्थ : যাক টানিব পৰা যায় বা টানিবৰ যোগ্য
उदाहरण :
সোণ, ৰূপ, লোহা আদি নমনীয় ধাতু
अर्थ : যাক হেঁচ্া দি বা পিটি নভঙাকৈ সহজে বেলেগ আকাৰ দিব পাৰি
उदाहरण :
কিছুমান ধাতু নমনীয় হয়