सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো আদর্শস্বৰূপ ব্যক্তি বা কার্য, ্যাক অনুকৰণ কৰাটো নৈতিকতাৰ ভিতৰত ধৰা হয়
उदाहरण : ভগৱান ৰামৰ কার্য আধুনিক যুগৰ মানুহৰ কাৰণে এটা ভাল উদাহৰণ
पर्यायवाची : আর্হি, উদাহৰণ, দৃষ্টান্ত, নজিৰ, নিদ্্র্শন
अर्थ : কোনো বস্তু সজা বা কোনো কাম আদি কৰাৰ আগতে তৈয়াৰ কৰি লোৱা তাৰ এক ৰূপ
उदाहरण : নতুন মেচিনৰ আর্হি তৈয়াৰ কৰা হৈ গৈছে
पर्यायवाची : আর্হি, মডেল
अर्थ : কোনো পদার্থ আদিৰ প্রকাৰ, গুণ আদিৰ পৰিচয় কৰোৱাৰ কাৰণে তাৰ পৰা উলিওৱা কিছু অংশ
उदाहरण : খেতিয়কে শস্যৰ নমুনা মহাজনক দেখুৱালে
अर्थ : যিটো দেখি বা সেই অনুসৰি কিবা কৰা বা বনোৱা হয়
उदाहरण : বৈজ্ঞানিকসকলে চৰাইৰ নমুনা চাই উৰাজাহাজৰ নি্র্মাণ কৰিছিল
पर्यायवाची : আর্হি, ডিজাইন
अर्थ : কোনো বিষয়ক স্পষ্টভাৱে কোৱা বা প্রমাণ কৰিবৰ কাৰণে কৰা কোনো জ্ঞাত অন্য বিষয়ৰ উল্লেখ
उदाहरण : উদাহৰণ দি বুজালে কোনো বিষয় সোনকালে বুজিব পাৰি
पर्यायवाची : উদাহৰণ, দৃষ্টান্ত
इंस्टॉल करें