अर्थ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
उदाहरण :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
पर्यायवाची : অৱতৰণ
अर्थ : থিয় হৈ থকা কোনো বস্তুক হাউলিবলৈ প্রবৃত্ত কৰা
उदाहरण :
ফল চিঙিবৰ কাৰণে ডালবোৰ তললৈ নমোৱা হয়
पर्यायवाची : হাউলা
अर्थ : ওপৰৰ পৰা তলৰ ফালে অনা
उदाहरण :
মোহনে ট্রাকৰ পৰা বস্তু নমাই আছে