पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নলা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নলা   বিশেষ্য

अर्थ : পানী বৈ যোৱা সৰু পথ বা সৰু জান

उदाहरण : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল

पर्यायवाची : নর্দম্া, নলী, লোৰ

अर्थ : গোল-দীঘলীয়া ফোঁপোলা বস্তু

उदाहरण : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে

पर्यायवाची : চুঙা, চুঙী, নল, নলিচা, নলী, পাইপ

अर्थ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ

उदाहरण : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন

पर्यायवाची : জান, লোৰ

अर्थ : বৰষুণৰ পানী বৈ অহা জলপথ

उदाहरण : একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে

पर्यायवाची : নলা-নর্দ্্মা

अर्थ : যি নলীৰে লেতেৰা পানী আদি বৈ যায়

उदाहरण : ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে

पर्यायवाची : নর্দ্্মা

अर्थ : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়

उदाहरण : এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে

पर्यायवाची : নলা-নর্দ্্মা

चौपाल