अर्थ : নলৰ আকাৰৰ কোনো বস্তু
उदाहरण :
জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
पर्यायवाची : চুঙা
अर्थ : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
उदाहरण :
ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
अर्थ : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
उदाहरण :
ৰামে হোকা খাই আছে
पर्यायवाची : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা