पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নলী शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নলী   বিশেষ্য

अर्थ : নিঃসৰণ বা নিষ্কাশনৰ বাবে থকা নলীৰ নিচিনা গঠন যʼত কিছুমান তৰল থাকে

उदाहरण : আমাৰ শৰীৰত কেইবা ধৰণৰ নলিকা থাকে

पर्यायवाची : নলিকা

अर्थ : পানী বৈ যোৱা সৰু পথ বা সৰু জান

उदाहरण : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল

पर्यायवाची : নর্দম্া, নলা, লোৰ

अर्थ : গোল-দীঘলীয়া ফোঁপোলা বস্তু

उदाहरण : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে

पर्यायवाची : চুঙা, চুঙী, নল, নলা, নলিচা, পাইপ

अर्थ : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে

उदाहरण : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই

पर्यायवाची : টেপ, পানী-নলী

चौपाल