अर्थ : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে
उदाहरण :
এই কেঁচুৱাটোৰ নাড়ী পকিছে
पर्यायवाची : উদৰাবর্ত, নাড়ি, নাড়ী, নাভি, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিদেশ, নাভিমণ্ডল, নাভিস্থল