अर्थ : কোনো বৃত্ত বা পৰিধি বা শাৰীৰ ্সোঁমাজত থকা বিন্দু বা ভাগ
उदाहरण :
এই বৃত্তটোৰ কেন্দ্রবিন্দুৰে যোৱা এডাল ৰেখা টানা
पर्यायवाची : কেন্দ্র বিন্দু, কেন্দ্র-বিন্দু, কেন্দ্রবিন্দু
अर्थ : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে
उदाहरण :
এই কেঁচুৱাটোৰ নাড়ী পকিছে
पर्यायवाची : উদৰাবর্ত, নাই, নাড়ি, নাড়ী, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিদেশ, নাভিমণ্ডল, নাভিস্থল