सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো পঞ্জী, তালিকা আদিত নাম লিখোৱা কার্য
उदाहरण : এগৰাকী নার্চে চিকিৎসালয়ত নৱজাতকৰ পঞ্জীয়ন কৰি আছে
पर्यायवाची : নামাঙ্কন, পঞ্জীকৰণ, পঞ্জীয়ন
अर्थ : কোনো চেক আদিত হস্তাক্ষৰ কৰা বা তাৰ পিছফালে বেংক আদিত মোহৰ লগোৱা কার্য
उदाहरण : স্বাক্ষৰ কৰিলেহে চেকৰ মূল্য থাকে
पर्यायवाची : চহী, নামাঙ্কন, স্বাক্ষৰ
इंस्टॉल करें