अर्थ : বাহিৰৰ ফালে টান বাকলি থকা এবিধ ডাঙৰ গোলাকাৰ ফল, যাৰ ভিতৰত মিঠা শাহ আৰু পানী থাকে!
उदाहरण :
তেওঁ ্ সদায় নাৰিকলৰ পানী খায়
पर्यायवाची : নাৰিকেল
अर्थ : খেজুৰ জাতিৰ এবিধ গছ যাৰ ডাঙৰ গোলাকাৰ ফলৰ ভিতৰত মিঠা পানী আৰু বগা মিঠা শাহ থাকে
उदाहरण :
এই জংঘলত নাৰিকল গছ বেছিকৈ আছে
पर्यायवाची : নাৰিকল গছ