अर्थ : দক্ষিণ প্রশান্ত মহাসাগৰত থকা এটা দ্বীপত অৱস্থিত এখন সৰু দেশ
उदाहरण :
ঊনৈশ সাত চনত নিউজিলেণ্ডে ব্রিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল
अर्थ : দক্ষিণ প্রশান্ত মহাসাগৰত অৱস্থিত দ্বীপৰ সমূহ
उदाहरण :
নিউজিলেণ্ড দেশ নিউজিলেণ্ড দ্বীপৰ ওপৰত অৱস্থিত
पर्यायवाची : নিউজিলেণ্ড দ্বীপ