सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া
उदाहरण : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল
पर्यायवाची : দলিওৱা, পেলাই দিয়া, ভৰোৱা
अर्थ : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা
उदाहरण : ডাষ্টবিনত জাবৰ পেলোৱা হয়
पर्यायवाची : দলিওৱা, দলিয়া, পেলোৱা
इंस्टॉल करें