पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নিচান शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নিচান   বিশেষ্য

अर्थ : এডাল মাৰিৰ মূৰত লগোৱা তিনিকোণীয়া বা চাৰিকোণীয়া প্রতীকসূচক কাপোৰ যাক অস্তিত্ব, সংকেত বুজাবলৈ আৰু উৎসৱ-অনুষ্ঠান আদিত ব্যৱহাৰ কৰা হয়

उदाहरण : ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ তিনিটা ৰঙৰ মাজত এটা চক্রৰ চিহ্ন আছে

पर्यायवाची : ধ্বজা, পতাকা, বৈজয়ন্তী

अर्थ : যাক কোনো সমষ্টিৰ প্রতিনিধিৰ ৰূপত আৰু তাৰ সকলো কথাৰ সূচক বা প্রতিনিধি হিচাপে গণ্য কৰা হয়

उदाहरण : সকলো ৰাষ্ট্র, ৰাজ্য বা সংস্থাৰ নিজৰ বিশেষ ধৰণৰ প্রতীক থাকে

पर्यायवाची : প্রতীক

अर्थ : যাক লক্ষ্য হিচাপে লৈ কোনো কথা কোৱা হয়

उदाहरण : তেওঁ ্মোক কিয় লক্ষ্য কৰি কথাখিনি কʼলে !

पर्यायवाची : লক্ষ্য

अर्थ : দেখা দিয়া বা বোধগম্য হোৱা এনে কিছুমান লক্ষণ যাৰ যোগেদি কোনো বস্তু চিনিব পাৰি বা কোনো কথাৰ কিছু প্রমাণ পোৱা যায়

उदाहरण : ৰেডক্রছ চিকিৎসা জগতৰ এক গুৰুত্ত্বপূর্ণ চিহ্ন

पर्यायवाची : চিন, চিহ্ন, প্রতীক, সংকেত

अर्थ : নিজে নিজে হৈ থকা বা বস্তুৰ সম্পর্ক, সংঘর্ষ বা হেঁ্চাত পৰি হোৱা দাগ

उदाहरण : মৰুভূমিত ঠায়ে-ঠায়ে উটৰ ভৰিৰ চাপ দেখা পোৱা গৈছে

पर्यायवाची : চাপ, চিন, চিহ্ন

अर्थ : কোনো ঠাইত থকা বা লগা চিন:কেবাবাৰ ধোৱাৰ পিচতো এই কাপোৰখনত লগা দাগটো নগʼল

उदाहरण :

पर्यायवाची : চেক, চেকা, দাগ, দাগী, ধাব্বা

अर्थ : যাক ধ্যানত ৰাখি কোনো আঘাত বা প্রহাৰ কৰা হয়

उदाहरण : অর্জুনৰ ্বাণ সদায় লক্ষ্যত স্থিৰ আছিল

पर्यायवाची : লক্ষ্য

अर्थ : কোনো বস্তু আদিক লক্ষ্য কৰি তাজৰ ওপৰত আঘাত কৰা কার্য

उदाहरण : চিকাৰী নিচান ব্যর্থ হʼল

चौपाल