सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : সন্দেহ নথকাকৈ:মই নিঃসন্দেহে এই কামটো কৰিব পাৰোঁ
उदाहरण :
पर्यायवाची : অৱশ্যে, ঠিককৈ, ঠিৰাংকৈ, থিৰাংকৈ, নিঃসন্দেহে, নিচয়ে, নিশ্চিতভাৱে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নিসন্দেহৰূপে, বিনাদ্বিধাই, সঠিককৈ
अर्थ : নিশ্চত ৰূপে
उदाहरण : এই কামটো আজি অৱশ্যে হʼব লাগিব
पर्यायवाची : অলবৎ, অৱশ্য, অৱশ্যে, অৱশ্যেই, জৰুল, জৰুৰ, নিচয়ে, নিশ্চয়কৈ, নিশ্চয়ৰূপে, নি্র্ঘাত
इंस्टॉल करें