अर्थ : যিজন টোপনি গৈ আছে বা শুই আছে
उदाहरण :
কুম্ভকর্ণ ্ছমাহ নিদ্রামগ্ন হৈ আছিল
पर्यायवाची : ঘুমন্ত, নিদ্রাক্লিষ্ট, নিদ্রাগত, নিদ্রাচ্ছন্ন, নিদ্রাতুৰ, নিদ্রাবিষ্ট, নিদ্রাভিভূত, নিদ্রামগন, নিদ্রামগ্ন, নিদ্রালস, নিদ্রাশীল, নিদ্রিত, প্রসুপ্ত, সুপ্ত, সুষুপ্ত
अर्थ : চিলমিলকৈ টোপনিয়াই থকা
उदाहरण :
তন্দ্রালু ব্যক্তিজনে বাৰে-বাৰে নিজৰ চকুকেইটা পানীৰে ধুই আছে
पर्यायवाची : তন্দ্রালু
अर्थ : যাৰ টোপনি আহি আছে
उदाहरण :
সীতাই নিদ্রালু কেঁ্চুৱাটোক বিচনাত শুৱাই বিচনী ঘূৰাবলৈ ধৰিলে