सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : এবাৰ চকু মুদিবলে যিমান সময় লাগে সিমান পৰিমাণৰ সময়
उदाहरण : পলকৰ বাবে আৰাম কৰি আগ বঢ়া যাৱক
पर्यायवाची : ক্ষণিক, পলক
अर्थ : কাল বা সময়ৰ সবাটোকৈ সৰু একক
उदाहरण : এক ক্ষণ পলৰ চাৰি ভাগৰ এভাগৰ সমান
पर्यायवाची : ক্ষণ, লহমা
अर्थ : চকুৰ পলক বা পচাৰ
उदाहरण : নিমিষত পৃথিৱী ওলট-পালট হʼব পাৰে
पर्यायवाची : নিমিষ
इंस्टॉल करें