पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নিযুক্ত কৰা शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নিযুক্ত কৰা   ক্ৰিয়া

अर्थ : কোনো পদ, মর্যাদা বা বিষয়ৰ বিষয়া হোৱা

उदाहरण : বিধায়কসকলে যোগীদেৱক ছত্তীশগড়ৰ প্রথম মুখ্যমন্ত্রী নিযুক্ত কৰিলে

पर्यायवाची : বনোৱা

अर्थ : * কোনো কর্মচ্াৰীক অস্থায়ী কামৰ কাৰণে এজনক আনজনৰ ঠাইত স্থানান্তৰিত কৰা

उदाहरण : সেনাধ্যক্ষই এগৰাকী বিষয়াক সাগৰৰ পাৰত ডিউটী কৰিবলৈ নিযুক্ত কৰিলে

पर्यायवाची : পঠোৱা

अर्थ : কামত লগোৱা

उदाहरण : এই কামৰ কাৰণে তেওঁ ্সাতজন মানুহ নিযুক্ত কৰিলে

पर्यायवाची : কাম দিয়া, চাকৰি দিয়া

चौपाल