सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : কোনো সংস্থা আদিৰ প্রধান বিষয়া
उदाहरण : এই সংস্থাটোৰ নির্দেশকজন এজন বিদ্বান ব্যক্তি
अर्थ : কোনো চিনেমা, নাটক আদিত থকা চৰিত্র সমূহৰ বেশভূষা, ভূমিকা বা আচৰণ আৰু দৃশ্যৰ স্বৰূপ আদি নিশ্চিত কৰা বিষয়া
उदाहरण : এই চিনেমাখনৰ নির্দেশক সুভাষ ঘাই
पर्यायवाची : ডাইৰেক্টৰ, ডিৰেক্টৰ
अर्थ : যিয়ে কোনো ধৰণৰ নির্দেশ দিয়ে বা কিবা কথা কয়
उदाहरण : আমি এই কামটো এজন অভিজ্ঞ নির্দেশকৰ পথনির্দে্শনাত কৰি আছোঁ
इंस्टॉल करें