अर्थ : যিটো সম্পূর্ণ্্ভাৱে নিশ্চিত
उदाहरण :
ঘৰ কিনাৰ বিষয়ত মই এতিয়াও কোনো সুনিশ্চিত সিদ্ধান্ত লোৱা নাই
पर्यायवाची : নির্দিষ্ট, নি্র্ধাৰিত, সঠিক, সুনিশ্চিত
अर्थ : যিটোৰ লৰচৰ নহয় অর্থাৎ যিটো নিশ্চয়কৈ হʼব
उदाहरण :
জন্ম লোৱা জীৱ মাত্রেই মৃত্যু অৱশ্যম্ভাবী
पर्यायवाची : অটল, অনিবার্য, অনিবার্য্য, অৱশ্যম্ভাবী, অৱশ্যম্ভাৱী
अर्थ : যিটো নি্র্ধাৰিত বা নিশ্চিত
उदाहरण :
মই নিশ্চিত ঠাইত উপস্থিত হʼম
पर्यायवाची : ঠিক, নির্দিষ্ট, নি্র্ধাৰিত, নিয়ত, সঠিক