अर्थ : যিটো কোনো কামনা বা ইচ্ছা নথকাকৈ কৰা হয়
उदाहरण :
গীতাত নিষ্কাম কর্ম ্কৰাৰ ওপৰত জোৰ দিয়া দৈছে
अर्थ : যʼত ইচ্ছা নাথাকে
उदाहरण :
ইচ্ছাহীন লোকৰ জীৱন শান্তিৰে পাৰ হয়
पर्यायवाची : অকাম, আকাংক্ষাহীন, ইচ্ছাহীন
अर्थ : যʼত কাম বাসনা নাই
उदाहरण :
স্বামী বিবেকানন্দ কামনাহীন লোক আছিল
पर्यायवाची : কামনাশূন্য, কামনাহীন, বাসনাহীন, বীতকাম