अर्थ : দুর্বল ্বা অধীনস্থ কোনো লোকৰ পৰিশ্রম, আয় আদিৰ পৰা অনুচিত লাভ উঠোৱা কার্য
उदाहरण :
ঠিকাদাৰে মজদূৰক শোষণ কৰি আছে
पर्यायवाची : শোষণ
अर्थ : আনৰ লগত বলপূর্ব্্কভাৱে কৰা অনুচিত ব্যৱহাৰ যাৰ কাৰণে তেওঁৰ বহুত কষ্ট হয়
उदाहरण :
ইংৰাজে ভাৰতীয় জনতাৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল
पर्यायवाची : অত্যাচাৰ, অত্যাচাৰ-উৎপীড়ন, অন্যায়, অন্যায়-অত্যাচাৰ, উপদ্রৱ, উৎপাত, উৎপীড়ন, নিপীড়ন, নি্র্যাতন নি্র্য্যাতন, পীড়ন, শোষণ