अर्थ : যিয়ে ভিতৰত স্থায়ী ৰূপত স্থিতি গ্রহণ কৰি আছে
उदाहरण :
কিছুমান লোকৰ কমকৈ কথা কʼব পৰা অন্তর্নিহিত গুণ আছে
पर्यायवाची : অন্তর্নিবিষ্ট, অন্তর্নিহিত, মজ্জাগত
अर्थ : কʼৰবাত বা কিহবাৰ ভিতৰত ৰখা বা লুকাই থকা
उदाहरण :
এই কবিতাটোত নিহিত ভাবার্থ স্পষ্ট কৰি এটি টোকা প্রস্তুত কৰক