पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নি্র্বাসন शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নি্র্বাসন   বিশেষ্য

अर्थ : দেশৰ পৰা বাহিৰ কৰি দিয়া শাস্তি

उदाहरण : বৃটিছৰ ৰাজত্বকালত স্বাধীনতা যুঁ্জাৰুসকলক শাস্তি হিচাপে নি্র্বাসন দি আন্দামানলৈ পঠোৱা হৈছিল

पर्यायवाची : দেশত্যাগী হোৱা-, দেশান্তৰী, নি্র্ব্বাসন

अर्थ : কাৰোবাক শাস্তি স্বৰূপে কোনো ঠাই, অঞ্চল আদিৰ পৰা আঁ্তৰাই অন্য কোনো দূৰৱর্তী ঠাইলৈ পঠিওৱা কার্য

उदाहरण : অজাতি ছোৱালী বিয়া কৰোৱাৰ কাৰণে মঙ্গলুক নিজ জাতিৰ পৰা নি্র্বাসন দিলে

अर्थ : একপ্রকাৰৰ শাস্তি যʼত অপৰাধীক এক নির্দিষ্ট সময়লৈকে একোখন ঠাইত প্রৱেশৰ বাধা আৰোপ কৰা হয়

उदाहरण : এই চিনেমাখনত নায়কজন নি্র্বাসন দিয়া হয়

चौपाल