सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : নিতান্তই হোৱা বা হʼবলগীয়া কথা বা ঘটনা
उदाहरण : অৱশ্যমভাবীতাক কোনে আওকাণ কৰিব পাৰে
पर्यायवाची : আৱশ্যমভাবীতা
अर्थ : যি নিশ্চিত আৰু অটল দৈৱ বিধান মতে মানুহৰ সকলো কার্য আগতেই ঠিক হৈ থকা বুলি বিশ্বাস কৰা হয় আৰু যাৰ স্থান কপালত বুলি মনা হয়
उदाहरण : কর্মত বিশ্বাস কৰা লোকে ভাগ্য বিশ্বাস নকৰে
पर्यायवाची : কপাল, ভাগ্য, ললাট
इंस्टॉल करें