पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নিয়ম शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নিয়ম   বিশেষ্য

अर्थ : কাম আদি কৰাৰ বাবে নি্র্ধাৰণ কৰা শৈলী

उदाहरण : যদি তুমি এই ঢঙেৰে কাম কৰা তেনেহʼলে পিছত বহুত পস্তাবা

पर्यायवाची : কায়দা, ঢঙ, পদ্ধতি, বিধি, শৈলী, ৰীতি

अर्थ : ব্যৱহাৰ বা আচৰণৰ বিষয়ত নীতি, ্ধর্ম, বিধি আদিৰ জৰিয়তে নিশ্চিত কৰা ৰীতি বা প্রতিবন্ধতা

उदाहरण : আমি নিজৰ নিয়মৰ পালন কৰা উচিত

पर्यायवाची : কায়দা, বাদ, সিদ্ধান্ত

अर्थ : কোনো প্রকাৰৰ স্থিৰ কৰা ৰীতি বা ব্যৱস্থা

उदाहरण : যিকোনো সংস্থা, দেশ আদিক চলাবৰ বাবে কিছুমান নিশ্চিত নিয়ম বনোৱা হয়

अर्थ : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে

उदाहरण : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়

पर्यायवाची : দফা, ধাৰা

चौपाल