अर्थ : মনে মনে থকা অৱস্থা বা কার্য
उदाहरण :
শিক্ষকে প্রশ্ন সোধাৰ পিছতে সভাকক্ষত মৌনতা বিৰাজ কৰিলে
पर्यायवाची : নিমাত, নীৰবতা, নীৰৱতা, মৌনতা, শ্্ব্দ নকৰা-
अर्थ : ধ্বনিহীন বা শান্ত হোৱা অৱস্থা বা ভাব
उदाहरण :
আন্ধাৰ ৰাতিটোত নিস্তব্ধতা বিৰাজ কৰি আছিল
पर्यायवाची : নিস্তব্ধতা, নীৰৱতা, শান্তি, শ্্ব্দহীনতা