सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : আশাৰ অভাৱ
उदाहरण : নিৰাশাই মন আৱৰি ৰাখিলে সফলতা লাভ কৰা কঠিন হৈ পৰে
पर्यायवाची : আশাভঙ্গ, আশাশূন্যতা, নিৰাশা, নৈৰাশ, নৈৰাশ্য, মোহভঙ্গ, মোহমুক্তি, হতাশা
अर्थ : যাৰ আশা নোহোৱা হৈ গৈছে
उदाहरण : মহেশে যিকোনো কামতে নিৰাশ হৈ হাৰ মানি লয়
पर्यायवाची : আশাহীন
अर्थ : যি আশা হেৰুৱাই পেলাইছে বা যাৰ আশা নষ্ট হৈছে
उदाहरण : বিদ্যালয়ত নামভর্তিৰ সুবিধা নোপোৱাৰ কাৰণে শ্যাম হতাশ হৈ পৰিছে
पर्यायवाची : আশাশূন্য, আশাহীন, নিভাৰসা, ভগ্নমনা, ভগ্নমনোৰথ, ভগ্নাশা, হতাশ
इंस्टॉल करें