सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যʼত কোনো বিকল্প নাথাকে বা বিকল্পৰ অভাৱ
उदाहरण : এই সমস্যাটোকলৈ মই নিৰুপায় হৈ পৰিলোঁ
पर्यायवाची : উপায়হীন, বিকল্পহীন
अर्थ : যাৰ কোনো উপায় নাই
उदाहरण : তেওঁ নিৰুপায় হৈ সমস্যাৰ মাজত সোমাই পৰিল
अर्थ : যাৰ ওচৰত কোনো উপায় নাই
उदाहरण : নিৰুপায় ৰমেশে কান্দিবলৈ ধৰিলে
इंस्टॉल करें