पृष्ठ के पते की प्रतिलिपि बनाएँ ट्विटर पर सांझा करें व्हाट्सएप पर सांझा करें फेसबुक पर सांझा करें
गूगल प्ले पर पाएं
অসমীয়া शब्दकोश से নিৰূপণ शब्द का अर्थ तथा उदाहरण पर्यायवाची एवम् विलोम शब्दों के साथ।

নিৰূপণ   বিশেষ্য

अर्थ : কাৰোবাৰ আগত কোনো বিচাৰ বা মন্তব্য ভালদৰে উপস্থাপন কৰা কার্য ্বা ভাব

उदाहरण : এই কবিতাত কবিয়ে মাতৃত্ব ভাবৰ নিৰূপণ সুন্দৰভাৱে কৰিছে

पर्यायवाची : ৰূপায়ণ

अर्थ : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য

उदाहरण : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে

पर्यायवाची : উপস্থাপন, প্রতিপাদন, প্রমাণ কৰা

अर्थ : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

उदाहरण : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

पर्यायवाची : পৰখ, পৰীক্ষণ, পৰীক্ষা, পৰীক্ষা-নিৰীক্ষা

चौपाल