अर्थ : জনসাধাৰণ বা সমাজৰ কাৰণে নি্র্ধাৰণ কৰা আচাৰ-ব্যৱহাৰ
उदाहरण :
ৰজা বিক্রমাদিত্যৰ উচিত নীতিৰ কাৰণেই তেওঁৰ ্প্রজাসকল সুখী আছিল
अर्थ : কোনো কাম ভালদৰে কৰিবৰ কাৰণে দিয়া নির্দে্শাৱলী
उदाहरण :
চৰকাৰৰ সন্ত্রাসবাদী ্নির্মূলৰ নীতি সম্পূর্ণৰূপে সফল হোৱা নাই