सदस्य बनें
पृष्ठ के पते की प्रतिलिपि क्लिपबोर्ड पर बना दी है।
अर्थ : যʼত কোনো সোৱাদ নাই
उदाहरण : আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
पर्यायवाची : বিৰস, সেৰসেৰীয়া, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন
अर्थ : যিটো ৰুচিপূর্ণ নহয়
उदाहरण : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
पर्यायवाची : অসাৰ, অৰুচিকৰ, ৰসহীন, ৰুচিহীন
इंस्टॉल करें