अर्थ : এবিধ গোলাকাৰ টেঙা, ৰসাল ফল
उदाहरण :
নেমুত ভিটামিন চিৰ পৰিমাণ বেছিকৈ আছে
अर्थ : এবিধ সৰু আকাৰৰ গোটাচানেকীয়া টেঙাজাতীয় ফল লগা গছ
उदाहरण :
আমাৰ ঘৰৰ পিছফালে লগা নেমুজোপা এতিয়া লাগিবলৈ ধৰিছে
पर्यायवाची : লেবু